Aadarxa Bilingual Dictionary – An Assamese to English and English to Assamese Dictionary Software.
durlavgogoi@gmail.com
+91-9706928750

 DTP software Supply

এই ছফটৱেৰ পেকেজটোত শ্ৰীযুত উৎপল বৰুৱাই বিকাশ কৰা RamdhenuPlus নামৰ এটা অতি উৎকৃষ্ট মানৰ, user friendly software অন্তৰ্ভুক্ত কৰা হৈছে, যাতে ব্যৱহাৰকৰ্তাই সহজ পদ্ধতিত লিখি অভিধানখনৰ অসমীয়া শব্দ সন্ধান কৰিব পাৰে আৰু লগতে অন্যান্য platform তো সহজে অসমীয়া লিখিব পাৰে। ইয়াৰ সহায়ত আপুনি সহজে Roman লিপিৰে জোঁটাই লিখাৰ দৰে লিখিব পাৰিব। kintu = কিন্তু, tumi = তুমি, bondhu =বন্ধু, এইদৰে। ইয়াত যুক্তাক্ষৰৰ বাবে link টিপাৰ দৰকাৰ নহয়। ইয়াৰ সহায়ত MS Word, Excel, PowerPoint, Facebook, Google, Yahoo আদিতো বিনা অসুবিধাই লিখিব পাৰে। viewer জনৰ কম্পিউটাৰত এইটো নাথাকিলেও যথাযথভাৱে ইয়াৰ দ্বাৰা লিখা যিকোনো বিষয়বস্তু অলপো বিকৃত নোহোৱাকৈ display হয়। অসমীয়াৰ পৰা ইংৰাজীলৈ যাবলৈ বা ইংৰাজীৰ পৰা অসমীয়ালৈ যাবলৈ আপোনাৰ keyboard –অৰ Ctrl বুটানটো দুবাৰ টিপি দিলেই হয়। ইয়াত আগৰ professional Ramdhenu keyboard ও আছে। আমাৰ পৰা Dongle থকা ভাৰ্ছন কিনি আপুনি এইদৰে Pagemaker আৰু Photoshop অতো লিখিব পাৰিব।

With this software (Unicode version) one can easily type Assamese, Bengali, Hindi by following the pronunciation of the word. This is calledSmart Phoneticand the easiest way to type the said languages. The example of typing some common and juktakshor words is shown -->

 

brohma=ব্ৰহ্মা, bissNu=বিষ্ণু, moheshwor=মহেশ্বৰ, hori=হৰি, rajen=ৰাজেন, aabdulla=আব্দুল্লা, rohim=ৰহিম, kintu=কিন্তু, bondhu=বন্ধু, bishwas=বিশ্বাস, bagh=বাঘ, singho=সিংহ, bhaluk=ভালুক, bandor=বান্দৰ, etc.

 

Comparision Of Ramdhenu Software